അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ഉദാഹരണം : বানপানীত কিমান যে পশু উটি গৈছে
പര്യായപദങ്ങൾ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, ওপঙা, বৈ যোৱা, ভাসমান হোৱা, ভাহি যোৱা
അർത്ഥം : যি দ্রৱত উপঙি আছে
ഉദാഹരണം : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
പര്യായപദങ്ങൾ : উপঙা, উপঙি থকা, প্লৱমান, ভাসন্ত, ভাসমান, ভাহি থকা
ഇൻസ്റ്റാൾ ചെയ്യുക