അർത്ഥം : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, তেজ, দ্বিতীয় ৰিপু, ফাই, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল
അർത്ഥം : ক্রুব্ধ বা ক্ষুণ্ণ হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
তেওঁৰ ভমক দেখি মোৰ হাঁহি উঠিল
പര്യായപദങ്ങൾ : খং
അർത്ഥം : জুইৰ আগ
ഉദാഹരണം :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
പര്യായപദങ്ങൾ : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, শিখা