അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ഉദാഹരണം :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
പര്യായപദങ്ങൾ : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
അർത്ഥം : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
ഉദാഹരണം :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
പര്യായപദങ്ങൾ : টুকুৰা কৰা
അർത്ഥം : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
ഉദാഹരണം :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
പര്യായപദങ്ങൾ : ভাঙি যোৱা
അർത്ഥം : সম্বন্ধ আদি ভাঙি যোৱা
ഉദാഹരണം :
চালমাৰ বিয়াখন ভাঙি গʼল