പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভঙা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভঙা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

ഉദാഹരണം : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

പര്യായപദങ്ങൾ : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

അർത്ഥം : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

ഉദാഹരണം : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

പര്യായപദങ്ങൾ : টুকুৰা কৰা

അർത്ഥം : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

ഉദാഹരണം : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

പര്യായപദങ്ങൾ : ভাঙি যোৱা

അർത്ഥം : সম্বন্ধ আদি ভাঙি যোৱা

ഉദാഹരണം : চালমাৰ বিয়াখন ভাঙি গʼল

അർത്ഥം : কোনো অস্তিত্বত নথকা

ഉദാഹരണം : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

പര്യായപദങ്ങൾ : ভাঙি যোৱা

ভঙা   বিশেষণ

അർത്ഥം : যিটো ভাঙিছে বা ভঙ্গ হৈছে

ഉദാഹരണം : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

പര്യായപദങ്ങൾ : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

അർത്ഥം : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

ഉദാഹരണം : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

പര്യായപദങ്ങൾ : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা