അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ഉദാഹരണം : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
പര്യായപദങ്ങൾ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
അർത്ഥം : পৃথক বা বেলেগ হোৱা
ഉദാഹരണം : মুন্নাৰ এটা দাঁত ভাগিল
അർത്ഥം : যিটো ভাঙিছে বা ভঙ্গ হৈছে
ഉദാഹരണം : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
പര്യായപദങ്ങൾ : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
അർത്ഥം : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
ഉദാഹരണം : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
പര്യായപദങ്ങൾ : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
ഇൻസ്റ്റാൾ ചെയ്യുക