അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
ഉദാഹരണം : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
പര്യായപദങ്ങൾ : ভঁ্ৰাল ঘৰ, ভাখাৰী
അർത്ഥം : যিটো গুদামত শস্য ৰখা হয়
ഉദാഹരണം : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
പര്യായപദങ്ങൾ : ভঁ্ৰাল ঘৰ
അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
അർത്ഥം : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ഉദാഹരണം : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
പര്യായപദങ്ങൾ : ভাণ্ডাৰ, সাগৰ
ഇൻസ്റ്റാൾ ചെയ്യുക