അർത്ഥം : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
ഉദാഹരണം :
তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
പര്യായപദങ്ങൾ : আইচ
അർത്ഥം : পানীৰ একপ্রকাৰ গোটা ৰূপ
ഉദാഹരണം :
শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
അർത്ഥം : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
ഉദാഹരണം :
আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
പര്യായപദങ്ങൾ : হিম