അർത്ഥം : বহুত কথা কʼব পৰাজন
ഉദാഹരണം :
প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
പര്യായപദങ്ങൾ : অতিভাষী, কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, মুখসর্বস্ব
അർത്ഥം : যিজনে জোখতকৈ বঢ়াই কথা কয়
ഉദാഹരണം :
মই বৰকথীয়া মানুহ ভাল নাপাও