അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কামত অহা বা লগা কার্য
ഉദാഹരണം : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
പര്യായപദങ്ങൾ : উপভোগ, প্রয়োগ
അർത്ഥം : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
ഉദാഹരണം : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
പര്യായപദങ്ങൾ : কামত লগোৱা, প্রয়োগ
അർത്ഥം : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ഉദാഹരണം : তেওঁৰ ব্যৱহাৰ ভাল নহয়
പര്യായപദങ്ങൾ : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
അർത്ഥം : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ഉദാഹരണം : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
പര്യായപദങ്ങൾ : আচৰণ, ধৰণ-কৰণ
ഇൻസ്റ്റാൾ ചെയ്യുക