അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেৰ আদিৰে ঘেৰি থকা ঠাই
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
പര്യായപദങ്ങൾ : ঘেৰা
അർത്ഥം : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
ഉദാഹരണം : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
പര്യായപദങ്ങൾ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
അർത്ഥം : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
ഉദാഹരണം : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
പര്യായപദങ്ങൾ : হেঙাৰ, ৰেলিঙ
അർത്ഥം : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
ഉദാഹരണം : শিলেৰে বনোৱা বেৰ মজবুত হয়
പര്യായപദങ്ങൾ : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
അർത്ഥം : চাৰিওফালৰ পৰা ঘেৰি দিয়া
ഉദാഹരണം : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
പര്യായപദങ്ങൾ : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
അർത്ഥം : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ഉദാഹരണം : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
പര്യായപദങ്ങൾ : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
ഇൻസ്റ്റാൾ ചെയ്യുക