പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বেয়া কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বেয়া কৰা   ক্ৰিয়া

അർത്ഥം : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

ഉദാഹരണം : তেওঁ ্সদায় আনৰ নিন্দা কৰে

പര്യായപദങ്ങൾ : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা

അർത്ഥം : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য

ഉദാഹരണം : তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে

അർത്ഥം : বেয়া দশা বা অৱস্থালৈ অনা কার্য

ഉദാഹരണം : ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে

അർത്ഥം : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

ഉദാഹരണം : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

പര്യായപദങ്ങൾ : নষ্ট কৰা