അർത്ഥം : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
ഉദാഹരണം :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
പര്യായപദങ്ങൾ : লেতেৰা
അർത്ഥം : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
ഉദാഹരണം :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
പര്യായപദങ്ങൾ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
അർത്ഥം : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
ഉദാഹരണം :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
പര്യായപദങ്ങൾ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা