അർത്ഥം : পিন্ধা কাপোৰ
ഉദാഹരണം :
আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
പര്യായപദങ്ങൾ : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
അർത്ഥം : বিশেষভাৱে পৰিধান কৰা বস্ত্র, গহনা আদি
ഉദാഹരണം :
ৰমেশৰ বেশ-ভূষা আচৰিত ধৰণৰ