അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এটাক এৰি দি কোনোবা এটা
ഉദാഹരണം : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
പര്യായപദങ്ങൾ : অইন, অন্য, অন্যান্য, আন, পৰ
അർത്ഥം : আঁতৰোৱা বা দূৰ কৰা
ഉദാഹരണം : পৃথক আহাৰখিনি লৈ তেওঁ ভিতৰলৈ গুচি গʼল
പര്യായപദങ്ങൾ : পৃথক, ভিন্ন
അർത്ഥം : মিহলি হৈ নথকা
ഉദാഹരണം : বিভিন্ন দাইলবোৰ অমিশ্রিতকৈয়ে ৰাখিবা
പര്യായപദങ്ങൾ : অমিশ্রিত, পৃথক
അർത്ഥം : দ্বিতীয় কোনো
ഉദാഹരണം : মোৰ লগত আন মানুহো আছে
പര്യായപദങ്ങൾ : অইন, অন্য, আন, আৰু
ഇൻസ്റ്റാൾ ചെയ്യുക