അർത്ഥം : ৰুটি আদি বেলিবলৈ কাঠ বা শিলেৰে বনাই লোৱা এবিধ গোলাকাৰ বা চাৰিচুকীয়া যতন
ഉദാഹരണം :
মায়ে ৰুটি বেলিবলৈ বেলনাযোৰ আনিলে
അർത്ഥം : ৰুটি, পুৰি আদি বেলা কাঠ, পিতল আদিৰ উপকৰণ
ഉദാഹരണം :
মায়ে বেলনাৰে ৰুটি বেলি আছে