അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
ഉദാഹരണം : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
പര്യായപദങ്ങൾ : মাৰি, লাখুটি, লাঠি
അർത്ഥം : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
ഉദാഹരണം : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
അർത്ഥം : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
ഉദാഹരണം : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
പര്യായപദങ്ങൾ : বেতস, বেতসলতা, বেত্র
ഇൻസ്റ്റാൾ ചെയ്യുക