അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
ഉദാഹരണം : মোৰ ধনৰ মোনাটো চুৰি হʼল
പര്യായപദങ്ങൾ : জোলোঙা, মোনা
അർത്ഥം : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ഉദാഹരണം : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
പര്യായപദങ്ങൾ : কোব, সোঁত
അർത്ഥം : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
ഉദാഹരണം : ককাই ৰচীদবোৰ মোনাত ৰাখে
പര്യായപദങ്ങൾ : মোনা
അർത്ഥം : তীব্র হোৱা অৱস্থা
ഉദാഹരണം : বতাহ বহুত বেগেৰে বৈ আছে
പര്യായപദങ്ങൾ : তীব্রতা
അർത്ഥം : বৈ যোৱা কার্য ্বা ভাব
ഉദാഹരണം : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
പര്യായപദങ്ങൾ : ধাৰা, প্রবাহ, সোঁত
അർത്ഥം : মোনাৰ বস্তু
ഉദാഹരണം : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
പര്യായപദങ്ങൾ : বস্তা, মোনা
അർത്ഥം : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ഉദാഹരണം : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
പര്യായപദങ്ങൾ : গতি, তীব্রতা
ഇൻസ്റ്റാൾ ചെയ്യുക