അർത്ഥം : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
പര്യായപദങ്ങൾ : বক্রতা
അർത്ഥം : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
ഉദാഹരണം :
এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
പര്യായപദങ്ങൾ : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা