അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি মাত্রা হিচাপত অধিক
ഉദാഹരണം : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
പര്യായപദങ്ങൾ : গধুৰ, বহুত ডাঙৰ
അർത്ഥം : দেখাত বিশাল আৰু সুন্দৰ
ഉദാഹരണം : তাজমহল এটা জকমকীয়া প্রাসাদ
പര്യായപദങ്ങൾ : জকমকীয়া
അർത്ഥം : বহুত ডাঙৰ
ഉദാഹരണം : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
പര്യായപദങ്ങൾ : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
അർത്ഥം : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
ഉദാഹരണം : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
പര്യായപദങ്ങൾ : বিশাল, বিৰাট, বৃহদ
ഇൻസ്റ്റാൾ ചെയ്യുക