അർത്ഥം : বুলগেৰিয়াৰ অধিবাসী
ഉദാഹരണം :
চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
അർത്ഥം : বুলগেৰিয়াৰ লোকৰ ভাষা
ഉദാഹരണം :
সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
പര്യായപദങ്ങൾ : বুলগেৰিয়া ভাষা
അർത്ഥം : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে