അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
ഉദാഹരണം : বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
പര്യായപദങ്ങൾ : ধীমান, ধীসম্পন্ন, বুদ্ধিমান, বুদ্ধিশালী, মতিমান, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
അർത്ഥം : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
ഉദാഹരണം : বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
പര്യായപദങ്ങൾ : ধীমান, ধীসম্পন্ন, বুদ্ধিমান, বুদ্ধিশালী, বুধিয়ক, মতিমান, মেধাবী
ഇൻസ്റ്റാൾ ചെയ്യുക