അർത്ഥം : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ഉദാഹരണം :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
പര്യായപദങ്ങൾ : কোৱা
അർത്ഥം : কোনো কথা আদি জানি লোৱা
ഉദാഹരണം :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
അർത്ഥം : বোধ বা জ্ঞান উদয় হোৱা
ഉദാഹരണം :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
അർത്ഥം : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
ഉദാഹരണം :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে