അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জনাৰ কার্য
ഉദാഹരണം : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন
പര്യായപദങ്ങൾ : জনা, বোধগম্যতা
അർത്ഥം : ভাষাৰ জ্ঞান থকা
ഉദാഹരണം : মই তামিল নুবুজোঁ
പര്യായപദങ്ങൾ : বুজি পোৱা
അർത്ഥം : কিহবাৰ প্রতি ধাৰণা হোৱা
ഉദാഹരണം : মই তেওঁক বহুত ্ভালদৰে বুজিছিলোঁ
അർത്ഥം : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
ഉദാഹരണം : মই তেওঁক বুজিব পৰা নাই
പര്യായപദങ്ങൾ : জনা, বুজি পোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക