അർത്ഥം : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
ഉദാഹരണം :
বুগী লিপিত টাটু আদি অঁকা হয়
പര്യായപദങ്ങൾ : বুগী লিপি
അർത്ഥം : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
ഉദാഹരണം :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
പര്യായപദങ്ങൾ : বুগী ভাষা
അർത്ഥം : ছুলাৱেসী দ্বীপৰ অধিবাসী
ഉദാഹരണം :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে