അർത്ഥം : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ഉദാഹരണം :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
പര്യായപദങ്ങൾ : জীৱাণু
അർത്ഥം : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
ഉദാഹരണം :
বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
പര്യായപദങ്ങൾ : ভাইৰাচ
അർത്ഥം : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ഉദാഹരണം :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
പര്യായപദങ്ങൾ : জীৱাণু