പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিৰোধ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিৰোধ   বিশেষ্য

അർത്ഥം : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা

ഉദാഹരണം : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে

പര്യായപദങ്ങൾ : খণ্ডন, প্রতিবাদ

അർത്ഥം : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

ഉദാഹരണം : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

പര്യായപദങ്ങൾ : আপত্তি

അർത്ഥം : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য

ഉദാഹരണം : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ

പര്യായപദങ്ങൾ : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা