അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
ഉദാഹരണം : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
പര്യായപദങ്ങൾ : খণ্ডন, প্রতিবাদ
അർത്ഥം : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
ഉദാഹരണം : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
പര്യായപദങ്ങൾ : আপত্তি
അർത്ഥം : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
ഉദാഹരണം : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
പര്യായപദങ്ങൾ : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
ഇൻസ്റ്റാൾ ചെയ്യുക