അർത്ഥം : মহাভাৰতত বর্ণিত এজন ৰজা
ഉദാഹരണം :
অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল
അർത്ഥം : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব
ഉദാഹരണം :
ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ
പര്യായപദങ്ങൾ : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব, সৃষ্টি