അർത്ഥം : প্রিয় ব্যক্তিৰ সৈতে মিলন নোহোৱা কার্য বা ভাব
ഉദാഹരണം :
সুৰদাসকৃত ৰাধাৰ বিৰহৰ ্বর্ণ্্না অতি মর্মান্তিক
അർത്ഥം : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
ഉദാഹരണം :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
പര്യായപദങ്ങൾ : বিয়োগ
അർത്ഥം : বেলেগ বা পৃথক হোৱা কার্য, ্অৱস্থা বা ভাব
ഉദാഹരണം :
বিবাহৰ পিছতহে তেওঁ বিৰহৰ দুখ সহিব লগা হʼল
പര്യായപദങ്ങൾ : বিচ্ছেদ