അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আমনি লগা কার্য ্বা ভাব
ഉദാഹരണം : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল
അർത്ഥം : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ഉദാഹരണം : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
പര്യായപദങ്ങൾ : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী
അർത്ഥം : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
ഉദാഹരണം : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
പര്യായപദങ്ങൾ : অন্যমনস্ক, উদাস, ম্লান
ഇൻസ്റ്റാൾ ചെയ്യുക