അർത്ഥം : আশ্চর্য্য উৎপন্ন ্কৰা বস্তু
ഉദാഹരണം :
তাজমহল বিশ্বৰ সাতটা আশ্চর্য্য ভিতৰত অন্যতম
പര്യായപദങ്ങൾ : আশ্চর্য্য
അർത്ഥം : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
ഉദാഹരണം :
মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
പര്യായപദങ്ങൾ : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি