അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো ঠেক বা সৰু নহয়
ഉദാഹരണം : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
പര്യായപദങ്ങൾ : আহল-বহল
അർത്ഥം : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
ഉദാഹരണം : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
പര്യായപദങ്ങൾ : বহুল, ব্যাপক
അർത്ഥം : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
ഉദാഹരണം : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
പര്യായപദങ്ങൾ : বহল, বিশদ
അർത്ഥം : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
ഉദാഹരണം : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
പര്യായപദങ്ങൾ : বিশদ
ഇൻസ്റ്റാൾ ചെയ്യുക