അർത്ഥം : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
ഉദാഹരണം :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
പര്യായപദങ്ങൾ : ্সন্দর্ভ
അർത്ഥം : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
ഉദാഹരണം :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
അർത്ഥം : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
ഉദാഹരണം :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
പര്യായപദങ്ങൾ : বিষয়-বস্তু