അർത്ഥം : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
ഉദാഹരണം :
সকলো চাকৰেই বিশ্বাসী নহয়
പര്യായപദങ്ങൾ : কৃতজ্ঞ, প্রভুভক্ত, স্বামীভক্ত
അർത്ഥം : বিশ্বাস কৰা লোক
ഉദാഹരണം :
তেওঁ ্মোৰ সততাৰ প্রতি বিশ্বাসী
പര്യായപദങ്ങൾ : প্রত্যয়ার্হ, বিশ্বাস কৰোঁতা, বিশ্বাসযোগ্য, বিশ্বাসশীল, বিশ্বাস্য
അർത്ഥം : যিজন বিশ্বাসৰ যোগ্য বা যাৰ ওপৰত বিশ্বাস কৰিব পাৰি
ഉദാഹരണം :
শ্যাম বিশ্বাসী ব্যক্তি
പര്യായപദങ്ങൾ : বিশ্বসনীয়, বিশ্বাসযোগ্য, বিস্বস্ত