അർത്ഥം : বিশ্বাসঘাতকতা কৰা ব্যক্তি
ഉദാഹരണം :
আধুনিক যুগত বিশ্বাসঘাতকৰ অভাৱ নাই
പര്യായപദങ്ങൾ : বিশ্বাসঘাতক, বিশ্বাসঘাতী
അർത്ഥം : যি বিশ্বাসঘাতকতা কৰে
ഉദാഹരണം :
বিশ্বাসঘাতকীৰ ওপৰত আস্থা ৰখাটো উচিত হোৱা নাই
പര്യായപദങ്ങൾ : অপঘাটক, অপঘাতী, দগাবাজ, নিমখ হাৰাম
അർത്ഥം : বিশ্বাসঘাত কৰোতাজন
ഉദാഹരണം :
বিশ্বাসঘাতক লোকযে সমাজত কমা নাই ইতিহাস তাৰ সাক্ষী
പര്യായപദങ്ങൾ : বিশ্বাসঘাতক, বিশ্বাসঘাতী