അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ഉദാഹരണം : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
പര്യായപദങ്ങൾ : জগত, দুনীয়া, সংসাৰ
അർത്ഥം : পৃথিৱীত থকা লোক
ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, লোক, সংসাৰ, ৰাইজ
അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
അർത്ഥം : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ഉദാഹരണം : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
പര്യായപദങ്ങൾ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ഇൻസ്റ്റാൾ ചെയ്യുക