അർത്ഥം : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ഉദാഹരണം :
শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
പര്യായപദങ്ങൾ : নিৰ্দিষ্ট
അർത്ഥം : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ഉദാഹരണം :
মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
പര്യായപദങ്ങൾ : জৰুৰী