അർത്ഥം : থালী বা পাতত আহাৰ দিয়া কার্য
ഉദാഹരണം :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
പര്യായപദങ്ങൾ : পৰিৱেশন কৰা, বঢ়া
അർത്ഥം : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ഉദാഹരണം :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
പര്യായപദങ്ങൾ : পৰিৱেশন কৰা