അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
ഉദാഹരണം : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
അർത്ഥം : যিটো লুপ্ত হৈ গৈছে
ഉദാഹരണം : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
പര്യായപദങ്ങൾ : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
അർത്ഥം : লীন হৈ থকা
ഉദാഹരണം : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
അർത്ഥം : যিটো নাশ হৈছে
ഉദാഹരണം : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
പര്യായപദങ്ങൾ : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
ഇൻസ്റ്റാൾ ചെയ്യുക