അർത്ഥം : পাচলি হিচাপে খোৱা আৰু পকিলে ৰঙা-হালধীয়া হোৱা টেঙা সোৱাদৰ এবিধ মঙহাল ফল
ഉദാഹരണം :
মায়ে চাটনি বনাবলৈ বিলাহী কাটি আছে
അർത്ഥം : এবিধ সৰু উদ্ভিদত লগা সৰুচানেকীয়া থোপোকা গুটীয়া ফল যাক আঞ্জা হিচাপে খোৱা হয়
ഉദാഹരണം :
তেখেতে ঘৰৰ পিছফালে বিলাহীৰ খেতি কৰিছে