അർത്ഥം : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ഉദാഹരണം :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
പര്യായപദങ്ങൾ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, ভূষিত, সজ্জিত
അർത്ഥം : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
ഉദാഹരണം :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
പര്യായപദങ്ങൾ : অলংকৃত