അർത്ഥം : বেলেগ বেলেগ ভাগ বা অংশত ভগোৱা কার্য ্বা ভাব
ഉദാഹരണം :
ৰামে নিজৰ দুইজন লʼৰাৰ কাৰণে ঘৰৰ বিভাজন কৰিলে
പര്യായപദങ്ങൾ : ভাগ-বাটোৱাৰা
അർത്ഥം : কোনো এটা সংখ্যাৰে আন এটা সংখ্যা ভাগ কৰা কার্য
ഉദാഹരണം :
আজি গণিতৰ শ্রেণীত হৰণ অংক শিকোৱা হʼব
പര്യായപദങ്ങൾ : হৰণ অংক