പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিভাগ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিভাগ   বিশেষ্য

അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

പര്യായപദങ്ങൾ : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

അർത്ഥം : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

ഉദാഹരണം : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

പര്യായപദങ്ങൾ : কার্যবিভাগ

അർത്ഥം : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ഉദാഹരണം : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

പര്യായപദങ്ങൾ : অংশ, দিশ, পক্ষ

അർത്ഥം : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

ഉദാഹരണം : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

പര്യായപദങ്ങൾ : মহকুমা