അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ഉദാഹരണം : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
പര്യായപദങ്ങൾ : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা
അർത്ഥം : সূর্য, চন্দ্র,্ চাকি আদিৰ প্রজ্জ্বলিত পদার্থৰ ্ পৰা ওলোৱা পোহৰ আদিয়ে গতি কৰা সূক্ষ্ম সৰল ৰেখা
ഉദാഹരണം : সূৰুযৰ প্রথম কিৰণৰ পৰা দিনৰ আৰম্ভ হয়
പര്യായപദങ്ങൾ : অংশু, কিৰণ, ৰশ্মি
അർത്ഥം : এক ধৰণৰ প্রকাশ বা পোহৰ
ഉദാഹരണം : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
പര്യായപദങ്ങൾ : আভা, কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা
ഇൻസ്റ്റാൾ ചെയ്യുക