അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ഉദാഹരണം : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
പര്യായപദങ്ങൾ : জ্ঞান, ধী, ধীশক্তি, বুদ্ধি, মতি, মনীষা, মেধা
അർത്ഥം : ভাল-বেয়া কথা বুজিপোৱা বা ভাবিব পৰা শক্তি আৰু জ্ঞান
ഉദാഹരണം : বিপদৰ সময়ত বিবেকৰ দ্বাৰাহে কাম কৰা উচিত
ഇൻസ്റ്റാൾ ചെയ്യുക