അർത്ഥം : যিজন পুৰুষৰ বিবাহ হৈ গৈছে
ഉദാഹരണം :
বিবাহিতসকলৰ মাজত তুমি অবিবাহিতজন কʼৰ পৰা আহিলা
പര്യായപദങ്ങൾ : বিবাহিত পুৰুষ
അർത്ഥം : যাৰ বিয়া হৈ গৈছে
ഉദാഹരണം :
মোহন এজন বিবাহিত লোক
അർത്ഥം : বিবাহ সম্বন্ধী বা বিবাহৰ
ഉദാഹരണം :
তেওঁ নিজৰ বিবাহিত জীৱনত বহুত সুখী