പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিপুল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিপুল   বিশেষণ

അർത്ഥം : বহুত বেছি

ഉദാഹരണം : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

പര്യായപദങ്ങൾ : অত্যধিক, প্রচুৰ, বিস্তৰ

അർത്ഥം : বহুত ডাঙৰ

ഉദാഹരണം : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

പര്യായപദങ്ങൾ : ডাঙৰ, প্রভূত, বিৰাট, বৃহৎ

അർത്ഥം : যি পৰিমাণত বেছি

ഉദാഹരണം : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

പര്യായപദങ്ങൾ : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

അർത്ഥം : যাক গণনা কৰিব নোৱাৰি

ഉദാഹരണം : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

പര്യായപദങ്ങൾ : অগণন, অজস্র, অসংখ্য, ঢেৰ, প্রতুল, বহুত