അർത്ഥം : ফলাফলৰ উদ্দেশ্যৰে কোনো বস্তুৰ ব্যৱহাৰ কৰা
ഉദാഹരണം :
কোটি টকাতকৈও অধিক পৰিপূৰক দাবী আৰু সেই সম্বন্ধীয় বিনিয়োগ বিধেয়কৰ অনুমোদন কৰা হৈছে
പര്യായപദങ്ങൾ : বিনিয়োগ
അർത്ഥം : ব্যৱসায় বাণিজ্যত পুঁজি লগোৱা কার্য
ഉദാഹരണം :
তেওঁ নিজৰ উপার্জনৰ ্প্রায় পঞ্চাশ শতাংশ প্রতিবছৰে বিনিয়োগ কৰে
പര്യായപദങ്ങൾ : বিনিয়োগ
അർത്ഥം : বিক্রয় বা দান আদিৰে সম্পত্তি আদিৰ কোনো অংশ আনক দিয়া কার্য
ഉദാഹരണം :
তেওঁ বিনিয়োগৰ কাৰণে উচিত ব্যক্তিৰ সন্ধান কৰি আছে
പര്യായപദങ്ങൾ : বিনিয়োগ
അർത്ഥം : বৈদিক কৃত্যত হোৱা মন্ত্রৰ প্রয়োগ
ഉദാഹരണം :
মন্ত্র বিনিয়োগৰ পঞ্চ অংগ আছে
പര്യായപദങ്ങൾ : বিনিয়োগ