അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ഉദാഹരണം : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
പര്യായപദങ്ങൾ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, পৰশ্রীকাতৰতা, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
അർത്ഥം : শত্রুৰ ভাব বা কার্য
ഉദാഹരണം : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
പര്യായപദങ്ങൾ : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, দ্রোহ, প্রতিকূলতা, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ഇൻസ്റ്റാൾ ചെയ്യുക