അർത്ഥം : আনৰ কথাক উপেক্ষা কৰি নিজৰ কথা কʼবলৈ বিচৰা কার্য
ഉദാഹരണം :
তেওঁৰ বিতণ্ডাত সকলো অসন্তুষ্ট হৈছে
അർത്ഥം : অনাহকত কৰা তর্ক ্বা বিবাদ
ഉദാഹരണം :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
പര്യായപദങ്ങൾ : বাক-বিতণ্ডা, বাদ-বিতণ্ডা