പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള বিজ্ঞাপন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

বিজ্ঞাপন   বিশেষ্য

അർത്ഥം : কোনো বিষয়, মত বা কথাক বহু লোকৰ আগত দাঙি ধৰা কার্য

ഉദാഹരണം : কোম্পানীবোৰে টিভি আদিৰ মাধ্যমেৰে নিজৰ উৎপাদিত সামগ্রীৰ প্রচাৰ চলায়

പര്യായപദങ്ങൾ : প্রচাৰ

അർത്ഥം : বিশেষভাৱে বাতৰি-কাকত, ৰেডিঅ, ্দূৰদর্শন আদিৰ জৰিয়তে কোনো বয়-বস্তু আদিৰ বিক্রী বা কোনো গুৰুত্ব পূর্ণ ্কথা আৰু খবৰ সকলো লোকৰ জ্ঞাতার্থে ্প্রচাৰ কৰা ব্যৱস্থা

ഉദാഹരണം : আজিৰ বাতৰি-কাকত বিজ্ঞাপনেৰে ভৰি আছে

പര്യായപദങ്ങൾ : ইস্তাহাৰ, বিজ্ঞপ্তি

അർത്ഥം : কোনো খবৰ বাতৰি আদি জনোৱাৰ কাৰণে দেৱাল আদিত লগোৱা জাননী পত্র বিশেষ

ഉദാഹരണം : এই চিনেমাখনৰ বিজ্ঞাপন গলিয়ে-গলিয়ে লগোৱা হৈছে

പര്യായപദങ്ങൾ : ইস্তাহাৰ, পʼষ্টাৰ, পোষ্টাৰ