അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জ্ঞান আৰু বুদ্ধি
ഉദാഹരണം : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
പര്യായപദങ്ങൾ : চেতনা, সংজ্ঞা
അർത്ഥം : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
പര്യായപദങ്ങൾ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
ഇൻസ്റ്റാൾ ചെയ്യുക